അർത്ഥം : শৰীৰৰ ওপৰত থকা বহুত সৰু আৰু পাতল চুলি
ഉദാഹരണം :
ভয়ৰ কাৰণে শ্যামৰ গাৰ নোম শিঁয়ৰি উঠিল
പര്യായപദങ്ങൾ : নোম
അർത്ഥം : জন্তুৰ ছালৰ ওপৰৰ অংশৰ পৰা ওলোৱা সূতাৰ লেখীয়া পাতল আৰু দীঘল এক ধৰণৰ বস্তু
ഉദാഹരണം :
বান্দৰৰ গোটেই দেহ নোমেৰে আৱৰা
പര്യായപദങ്ങൾ : নোম