അർത്ഥം : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
ഉദാഹരണം :
কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
പര്യായപദങ്ങൾ : প্রলোভন
അർത്ഥം : প্রবল অভিলাষ বা তীব্র ইচ্ছা
ഉദാഹരണം :
মানুহৰ উৰাৰ প্রতি থকা লালসাৰ কাৰণেই উৰা জাহাজৰ আৱিষ্কাৰ হৈছিল