അർത്ഥം : কাৰোবাৰ লগত প্রেমপূর্ণ ্বা বাৎসল্যপূর্ণ ব্যৱহাৰ কৰা
ഉദാഹരണം :
সৰু লʼৰা-ছোৱালীক সকলোৱে মৰম কৰে
പര്യായപദങ്ങൾ : আপদাৰ কৰা
അർത്ഥം : ডাঙৰে সৰুৰ প্রতি মৰম ্প্রদর্শন ্কৰা
ഉദാഹരണം :
শিশুক মাকে সকলোতকৈ বেছি মৰম কৰে
പര്യായപദങ്ങൾ : স্নেহ কৰা