അർത്ഥം : মানদণ্ডৰ আধাৰত কৰা কোনো বস্তু আদিৰ মহত্ত্ব
ഉദാഹരണം :
নৈতিক মূল্যৰ দিনে-দিনে অৱনতি ঘটিবলৈ লৈছে
അർത്ഥം : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
ഉദാഹരണം :
হীৰাৰ মূল্য জহুৰীয়েহে জানে
പര്യായപദങ്ങൾ : দাম