അർത്ഥം : এক প্রকাৰৰ সৰু উদ্ভিদ যাৰ সৰু আৰু দীঘলীয়া আকাৰৰ গুটি তৰকাৰী হিচাপে খোৱা হয়
ഉദാഹരണം :
খেতিয়কে খেতি পথাৰত ভেণ্ডী সিঁচি আছে
അർത്ഥം : পাচলি হিচাপে খোৱা এজোপা সৰু গছৰ আঙুলিৰ নিচিনা ফল
ഉദാഹരണം :
কবিৰাজৰ মতে ভেণ্ডি উষ্ণ, গ্রাহী আৰু ৰুচিকাৰক ??
പര്യായപദങ്ങൾ : ভেণ্ডি