അർത്ഥം : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
ഉദാഹരണം :
মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
പര്യായപദങ്ങൾ : বোজা
അർത്ഥം : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
ഉദാഹരണം :
খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
പര്യായപദങ്ങൾ : বোজা
അർത്ഥം : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
ഉദാഹരണം :
মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
പര്യായപദങ്ങൾ : বোজা