അർത്ഥം : পানী উতলালে ধোঁৱাৰ দৰে দেখা ওপৰলৈ উঠি যোৱা সৰু-সৰু জলকণিকা
ഉദാഹരണം :
জেমছ ৱাটে পোনপ্রথম ভাপ শক্তিৰ আৱিষ্কাৰ কৰিছিল
പര്യായപദങ്ങൾ : বাষ্প
അർത്ഥം : জুইৰ তাপ
ഉദാഹരണം :
ছুলাটোৰ কাষত বহাৰ কাৰণে ভাপ লাগি আছে