അർത്ഥം : ভাজক সংখ্যাৰে ভাগ কৰা সংখ্যা বা ৰাশি
ഉദാഹരണം :
ভাজ্যক ভাজকেৰে ভাগ কৰাত ভাগফল চাৰি আহিল
പര്യായപദങ്ങൾ : ভাজ্য সংখ্যা
അർത്ഥം : যাৰ বিভাজন কৰিব পাৰি বা যাক ভাগ কৰিব পাৰি
ഉദാഹരണം :
চাৰি দুইৰে বিভাজ্য
പര്യായപദങ്ങൾ : বিভাজ্য