അർത്ഥം : ভাজ্যক ভাজকেৰে হৰণ কৰিলে পোৱা সংখ্যা বা অংক
ഉദാഹരണം :
বিশক চাৰিৰে হৰণ কৰিলে ভাগফল পাঁচ পোৱা যায়
പര്യായപദങ്ങൾ : ভাগ-ফল
അർത്ഥം : ভাগ কৰাৰ পিছত বাকী ৰোৱা শেষ অংশ যাক বিভাজ্যৰে আৰু বিভাজন কৰিব নোৱাৰি
ഉദാഹരണം :
এই ভাগৰ প্রশ্নক সমাধান কৰোতে ভাগফল এক আহিল