അർത്ഥം : জ্বলি ছাই হোৱা বা সম্পূর্ণ ৰূপে জ্বলি যোৱা
ഉദാഹരണം :
জুইৰ তীব্র শিখাত সন্দীপৰ ঘৰ ভস্মীভূত হৈ পৰিল
പര്യായപദങ്ങൾ : ভস্ম
അർത്ഥം : যিটো সৰি পৰি মাটিৰ সৈতে মিহলি হৈ গৈছে
ഉദാഹരണം :
ভূমিকম্পত বহুতো ঘৰ ভস্মীভূত হৈছে