അർത്ഥം : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
ഉദാഹരണം :
লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
പര്യായപദങ്ങൾ : ছিঙা, টুকুৰা কৰা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
അർത്ഥം : পৃথক বা বেলেগ হোৱা
ഉദാഹരണം :
মুন্নাৰ এটা দাঁত ভাগিল