അർത്ഥം : ভাল নলগা বা কাৰোবাৰ কথা বা কামৰ পৰা মনত দুখ পোৱা
ഉദാഹരണം :
সঁ্চা কথা প্রায়েই ভাল নালাগে
പര്യായപദങ്ങൾ : ভাল নলগা
അർത്ഥം : মানসিক কষ্ট বা পীড়া হোৱা
ഉദാഹരണം :
মোৰ লʼৰাটোৱে এইদৰে একো নোকোৱাকৈ গুচি যোৱাৰ কাৰণে মোৰ আজিও বেয়া লাগে
പര്യായപദങ്ങൾ : দুখ লগা