അർത്ഥം : তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল লগা এবিধ গুল্মজাতীয় উদ্ভিদ
ഉദാഹരണം :
খেতিয়কে বেঙেনাৰ খেতিডৰা নিয়াই আছে
പര്യായപദങ്ങൾ : বেঙেনা গছ
അർത്ഥം : এবিধ গুল্মজাতীয় উদ্ভিদৰ তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল!
ഉദാഹരണം :
মায়ে আঞ্জা ৰান্ধিবৰ কাৰণে বেঙেনা কাটি আছে