അർത്ഥം : কিলাৰ দেৱালৰ অলপ দূৰে দূৰে থকা ত্রিকোণাকৃতিৰ ঠাই
ഉദാഹരണം :
বুৰুজৰ আঁৰৰ ্পৰা সৈন্যই যুদ্ধ কৰিছিল
അർത്ഥം : মিনাৰৰ ওপৰৰ ভাগ অথবা কোনো অট্টালিকাৰ ওপৰত সজা মিনাৰ
ഉദാഹരണം :
বুৰুজৰ ওপৰত উৰি থকা পতাকাখন দূৰৰ পৰাই দেখা পোৱা যায়
പര്യായപദങ്ങൾ : মিনাৰ