അർത്ഥം : ধ্যান বা বোধলৈ অহা
ഉദാഹരണം :
এই কামটো মই পিছত কৰিম কাৰণ এতিয়া মই একো বুজি পোৱা নাই
അർത്ഥം : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
ഉദാഹരണം :
প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ
പര്യായപദങ്ങൾ : জনা