അർത്ഥം : ব্যাপক হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
মহাপুৰুষ কবীৰৰ ৰচনাৰাজিৰ পৰা তেওঁৰ জ্ঞানৰ ব্যাপকতাৰ বিষয়ে জানিব পাৰি
പര്യായപദങ്ങൾ : ব্যাপকতা
അർത്ഥം : বিশাল বা বহুত ডাঙৰ হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
সেই ভৱনটোৰ বিশালতাই সকলোকে আকর্ষিত কৰে