അർത്ഥം : নিজৰ স্থান, প্রতিজ্ঞা, সিদ্ধান্ত আদিৰ পৰা আঁতৰি অহা
ഉദാഹരണം :
তেওঁ নিজৰ লক্ষ্যৰ পৰা বিচলিত
അർത്ഥം : যি শান্ত নহয়
ഉദാഹരണം :
চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি
പര്യായപദങ്ങൾ : অশান্ত, অস্থিৰ, অস্থিৰচিত্ত, উৎকণ্ঠিত, চঞ্চল