അർത്ഥം : সঞ্চালিত বা আন্দোলিত কৰা এক অৱস্থা
ഉദാഹരണം :
চৰকাৰে কুঁহিয়াৰৰ মিলটো বন্ধ কৰাৰ আদেশ জাৰি কৰাৰ লগে-লগে খেতিয়কসকল আন্দোলনত নামি পৰিল
പര്യായപദങ്ങൾ : আন্দোলন
അർത്ഥം : কোনো অপ্রিয় বা অনিষ্ট ঘটনাৰ কাৰণে মনত হোৱা বিকাৰ
ഉദാഹരണം :
বিক্ষোভ কেইবা প্রকাৰৰো হয়