അർത്ഥം : প্রথমৰ পৰা শেষলৈকে হোৱা এনেকুৱা এখন খেল যʼত খেলৰ হৰা-জিকা আছে
ഉദാഹരണം :
শ্যামে হাৰি-হাৰি অৱশেষত বাজিটো জিকিল
അർത്ഥം : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য
ഉദാഹരണം :
চাল খেলাৰ এইবাৰ আপোনাৰ পাল
പര്യായപദങ്ങൾ : চাল