അർത്ഥം : যিজন ব্যক্তিৰ বৰণ বগা
ഉദാഹരണം :
সেই বগাসকলৰ মাজত বহি থকা কʼলাজন বেলেগকৈ চিনি পাব পাৰি
അർത്ഥം : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
ഉദാഹരണം :
বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
പര്യായപദങ്ങൾ : চাদা