അർത്ഥം : ছেদ কৰা কার্য
ഉദാഹരണം :
গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়
പര്യായപദങ്ങൾ : ছেদন
അർത്ഥം : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা
ഉദാഹരണം :
এই ঢোলকটো ফুটি থাকিল
പര്യായപദങ്ങൾ : ফুটি থকা
അർത്ഥം : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা
ഉദാഹരണം :
ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব