അർത്ഥം : ফিলিপাইছৰ অধিবাসী
ഉദാഹരണം :
এই মহাবিদ্যালয়খনত কেইজনমান ফিলিপিনোই পঢ়ে
പര്യായപദങ്ങൾ : ফিলিপাইন বাসী, ফিলিপাইন-বাসী, ফিলিপাইনবাসী
അർത്ഥം : ফিলিপাইনছৰ ভাষা
ഉദാഹരണം :
ইয়াত বিনামূলীয়াকৈ ফিলিপিনো শিকোৱা হয়
അർത്ഥം : ফিলিপাইনছ বা ফিলিপাইনছৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
আমেৰিকাই ফিলিপিনো যুদ্ধৰ বন্দীসকলক মুক্তি দিলে
പര്യായപദങ്ങൾ : ফিলিপিনি