അർത്ഥം : কেৱল ফলেৰে তৈয়াৰ কৰা খাদ্য পদার্থ
ഉദാഹരണം :
নৱৰাত্রিৰ ব্রত ৰখা কিছুমান লোকে ন-দিনলৈকে কেৱল ফলাহাৰেই কৰে
അർത്ഥം : যʼত ফল লাগি আছে
ഉദാഹരണം :
খেতিয়কজনে ফলাহাৰ গছজোপা পহৰা দি আছে
അർത്ഥം : ফলৰ কাৰণে বিশেষভাৱে প্রসিদ্ধ উদ্ভিদ
ഉദാഹരണം :
ঘৰ সাজিবৰ কাৰণে তেওঁ ্ফলাহাৰ গছডাল কাটিলে
പര്യായപദങ്ങൾ : ফলদায়ী