അർത്ഥം : বনস্পতিত থকা মঙহ বা বীজেৰে ভৰপূৰ বীজকোষ, যি কোনো বিশিষ্ট ঋতুত ফুল হোৱাৰ পিছত উৎপন্ন হয়
ഉദാഹരണം :
তেওঁ ফলৰ ্ দোকানৰ পৰা এক কিলো আম কিনিলে
പര്യായപദങ്ങൾ : ফলমূল
അർത്ഥം : কিহবাৰ অন্তত তাৰ পৰিণাম স্বৰূপে হোৱা
ഉദാഹരണം :
ধুমপানৰ প্ৰতিফল হৈছে কেন্সাৰ বেমাৰ
പര്യായപദങ്ങൾ : প্ৰতিফল