അർത്ഥം : ধাতু, কাঠ, কাপোৰ, কাগজ, আদি কাটিলে ওলোৱা পাতল টুকুৰা বিশেষ
ഉദാഹരണം :
দর্জীয়ে ফটাকানিবোৰ একগোট কৰি আছে
അർത്ഥം : কোনো বস্তুৰ পৰা ওলোৱা জাবৰ বা লেতেৰা পদার্থ আদি চফা কৰা কাপোৰ বিশেষ
ഉദാഹരണം :
তেওঁ মেজখন ্চফা কৰিবৰ কাৰণে ফটাকানি বিচাৰি আছে
പര്യായപദങ്ങൾ : লেচাকানি