അർത്ഥം : যিজন ব্যক্তিয়ে বাছত টিকট দি ভাৰা আদায় কৰে
ഉദാഹരണം :
কনডাক্টৰে বাছত বহি থকা যাত্রীসকলৰ টিকট কাটি আছে
പര്യായപദങ്ങൾ : কনডাক্টৰ
അർത്ഥം : যিজনে কোনো কামৰ পৰিচালনা কৰে বা গতি দিয়ে
ഉദാഹരണം :
মোৰ খুৰা এই কোম্পানীটোৰ সঞ্চালক
പര്യായപദങ്ങൾ : সঞ্চালক