അർത്ഥം : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
ഉദാഹരണം :
অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
പര്യായപദങ്ങൾ : অধিকাৰী, অধিপতি, গুৰি ধৰোতা, মুখিয়াল, মুৰব্বী, সর্বেসর্বা
അർത്ഥം : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে
ഉദാഹരണം :
যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে
പര്യായപദങ്ങൾ : মুখ্য