അർത്ഥം : কোনো সিদ্ধান্ত, মত বা বিচাৰক সংগঠিত ৰূপত প্রচাৰ কৰা ব্যক্তি
ഉദാഹരണം :
নি্র্বাচনৰ আগতে প্রচাৰকে গাঁৱৰ পৰিদর্শন কৰিছে
അർത്ഥം : কোনো কাম, বস্তু আদিৰ প্রচাৰ কৰোতা ব্যক্তি
ഉദാഹരണം :
কেইটামান অসামাজিক সংগঠনে এটা বিশেষ দলৰ সৈতে জড়িত থকা প্রচাৰকৰ ওপৰত আক্রমণ কৰিলে
അർത്ഥം : ঘোষণা কৰোতা
ഉദാഹരണം :
আমি দুঃখিত যে ঘোষক ব্যক্তিৰ অনুপস্থিতিৰ কাৰণে সন্মিলনখনি সময়মতে আৰম্ভ কৰিব পৰা নগʼল
പര്യായപദങ്ങൾ : ঘোষক
അർത്ഥം : প্রচাৰ কৰোতা
ഉദാഹരണം :
এজন প্রচাৰক নেতাই গাঁৱে-গাঁৱে ঘূৰি নিজৰ দলৰ প্রচাৰ কৰি আছে