അർത്ഥം : দীঘল বস্তু আদিৰ গুৰি অংশ বা কোনো এটা মূৰ কোনো গাঁতত থিয় কৰা কার্য
ഉദാഹരണം :
খেতিয়কে গৰুবোৰ বান্ধিবৰ কাৰণে খুটি পুতি আছে
പര്യായപദങ്ങൾ : পুতি থকা
അർത്ഥം : গাঁত খান্দিলৈ তাত কোনো বস্তু ৰাখি মাটিৰে ঢাকি দিয়া কার্য
ഉദാഹരണം :
ইছলাম ধর্মত শৱ ্পোতা হয়