അർത്ഥം : যʼত কোনো পেচ বা মোৰ আছে
ഉദാഹരണം :
পাহাৰৰ মেৰযুক্ত পথত সাৱধানেৰে গাড়ী চলাব লাগে
പര്യായപദങ്ങൾ : মেৰযুক্ত
അർത്ഥം : যʼত পেচ লগোৱা বা জোৰা লগোৱা আছে
ഉദാഹരണം :
ফাৰ্ণিচাৰ আদি বনোৱাৰ সময়ত পেচযুক্ত নট-বল্টুৰ ব্যৱহাৰ কৰা হয়