അർത്ഥം : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়
ഉദാഹരണം :
লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে
പര്യായപദങ്ങൾ : পাত
അർത്ഥം : কিতাপৰ পাতৰ এটা ফাল বা ভাগ
ഉദാഹരണം :
এই কিতাপখনৰ প্রতিটো পৃষ্ঠাই মই পঢ়িছো
പര്യായപദങ്ങൾ : পেজ