അർത്ഥം : লʼৰা-ছোৱালীয়ে খেলিবৰ কাৰণে সাজি লোৱা কাপোৰ, কাগজ আদিৰ বস্তু
ഉദാഹരണം :
দেউতাই পৱনৰ কাৰণে এটা পুতলা কিনিলে
പര്യായപദങ്ങൾ : খেলনা
അർത്ഥം : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ
ഉദാഹരണം :
দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়
പര്യായപദങ്ങൾ : পুত্তলিকা