അർത്ഥം : কোনো বস্তু আদিৰ কাষৰ সজ্জিত অংশ
ഉദാഹരണം :
এই ধুতিখনৰ কাষৰি বৰ ভাল লাগিছে
പര്യായപദങ്ങൾ : কাষৰি
അർത്ഥം : শাৰী, ধুতি আদিৰ কিনাৰ যাৰ দীঘৰ কাষত বেলেগ ৰঙৰ সূতাৰে বোৱা বা চিলোৱা থাকে
ഉദാഹരണം :
তেওঁ ধুতিখনৰ পাৰিটো ফালি পেলাই দিলে