അർത്ഥം : খিৰিকি বা দর্জা আদিত লগোৱা কাঠ আদিৰ অংশ যাক চৌকাঠত লগাই খোলা-মেলা কৰা হয়
ഉദാഹരണം :
আন্ধাৰৰ কাৰণে খিৰিকিৰ পাল্লাখন খুলি দিয়া হৈছে
പര്യായപദങ്ങൾ : কপাট
അർത്ഥം : তর্জুৰ ্পাল্লা
ഉദാഹരണം :
তেওঁ ওজন কৰিবৰ কাৰণে তর্জুৰ এখন পাল্লাত দগা ৰাখি আনখনত বস্তু ৰাখিলে
പര്യായപദങ്ങൾ : পালা