അർത്ഥം : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
ഉദാഹരണം :
বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
അർത്ഥം : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
ഉദാഹരണം :
ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
പര്യായപദങ്ങൾ : পীৰা