അർത്ഥം : ভৰি থʼব পৰা আসন
ഉദാഹരണം :
শ্যামাই আৰাম দিবৰ কাৰণে ভৰিদুখন পাওদানীত ৰাখিছে
പര്യായപദങ്ങൾ : পাৱদানী
അർത്ഥം : ভৰি থোৱা কোনো বস্তু বা স্থান
ഉദാഹരണം :
পাওদানীৰ সুবিধা হোৱাৰ কাৰণে ভৰি দুখনে আৰাম পায়
പര്യായപദങ്ങൾ : পাৱদানী