അർത്ഥം : পোছাক পিন্ধা সৈনিক, চিপাহীৰ আদিৰ সৰু দল
ഉദാഹരണം :
সংসদ নি্র্বাচনৰ সময়ত ঠায়ে-ঠায়ে সেনাৰ পল্টন নিয়োজিত কৰা হৈছে
അർത്ഥം : স্থল সেনাৰ এটা সৰু ভাগ
ഉദാഹരണം :
সেনাৰ এটা পল্টনে খেল-পথাৰত নিজৰ কুচকাৱাজ কৰি আছে
പര്യായപദങ്ങൾ : প্লাটুন