അർത്ഥം : গাখীৰ ফটাই তাৰ পানীভাগ আঁ্তৰালে ৰৈ যোৱা অংশ
ഉദാഹരണം :
পনীৰেৰে নানা ধৰণৰ মিঠাই আৰু তৰকাৰী বনাব পাৰি
പര്യായപദങ്ങൾ : চানা
അർത്ഥം : দৈ গাখীৰৰ পৰা পানীভাগ বাহিৰ কৰি তাৰ চানাখিনি জমা কৰি তৈয়াৰ কৰা একধৰণৰ গোটা খাদ্য
ഉദാഹരണം :
মোৰ ছোৱালীজনীয়ে পনীৰ খাই বৰ ভাল পায়
പര്യായപദങ്ങൾ : চীজ