അർത്ഥം : অধিক সময় ধৰি পৰি থকাৰ কাৰণে যি দুর্গন্ধযুক্ত বা পচিবলৈ ধৰিছে
ഉദാഹരണം :
ভিখাৰীয়ে পঁ্চা খাদ্য খাই আছে
അർത്ഥം : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
ഉദാഹരണം :
খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
പര്യായപദങ്ങൾ : উৱলা