അർത്ഥം : এবিধ গোলাকাৰ টেঙা, ৰসাল ফল
ഉദാഹരണം :
নেমুত ভিটামিন চিৰ পৰিমাণ বেছিকৈ আছে
അർത്ഥം : এবিধ সৰু আকাৰৰ গোটাচানেকীয়া টেঙাজাতীয় ফল লগা গছ
ഉദാഹരണം :
আমাৰ ঘৰৰ পিছফালে লগা নেমুজোপা এতিয়া লাগিবলৈ ধৰিছে
പര്യായപദങ്ങൾ : লেবু