അർത്ഥം : অন্ন, ফল আৰু শাক-পাচলীযুক্ত
ഉദാഹരണം :
এই হোটেলত কেৱল নিৰামিষ ভোজন পোৱা যায়
അർത്ഥം : যʼত মাংস মিহলি হৈ নাথাকে
ഉദാഹരണം :
হিন্দু ধর্ম-গ্রন্থ অনুসৰি নিৰামিষ ভোজন কৰিলে শৰীৰ আৰু মন শুদ্ধ হৈ থাকে
പര്യായപദങ്ങൾ : নিৰামুহি