അർത്ഥം : * যি নিজৰ পতি বা পত্নী, অথবা প্রেমিক বা প্রেমিকাৰ বাহিৰে আন কাৰো লগত শাৰীৰিক ্সম্পর্ক ্নাৰাখে
ഉദാഹരണം :
মোহন নিজৰ পত্নীৰ প্রতি নিষ্ঠাবান
പര്യായപദങ്ങൾ : নিষ্ঠাৱান
അർത്ഥം : কাৰোবাৰ প্রতি নিষ্ঠা, শ্রদ্ধা বা ভক্তি ৰাখোতা
ഉദാഹരണം :
তুলসীদাস ভগৱান ৰামৰ প্রতি নিষ্ঠাবান আছিল