അർത്ഥം : প্রাণীৰ নাক বা মুখৰ পৰা বাহিৰলৈ ওলাই অহা বতাহ
ഉദാഹരണം :
নিশাহত কার্বন ্ডাই অক্সাইড প্রাণীৰ শৰীৰৰ পৰা ওলাই আহে
പര്യായപദങ്ങൾ : নিশাহ
അർത്ഥം : নাক বা মুখেৰে বায়ু বাহিৰ কৰা কার্য
ഉദാഹരണം :
শ্যামে নিশ্বাসত কষ্ট পায়
പര്യായപദങ്ങൾ : প্রশ্বাস