അർത്ഥം : যিজন ব্যক্তিয়ে ৰাতি দেখা নাপায়
ഉദാഹരണം :
কুকুৰীকণাজনে খুটাটোত খুন্দা খালে
പര്യായപദങ്ങൾ : কুকুৰীকণা
അർത്ഥം : যি ৰাতি দেখা নাপায়
ഉദാഹരണം :
কুকুৰীকণা ব্যক্তিসকলৰ ৰাতি ঘূৰা-ফুৰা কৰাত অসুবিধা হয়
പര്യായപദങ്ങൾ : কুকুৰীকণা