അർത്ഥം : যাৰ হাতত জীৱিকা নি্র্বাহৰ বাবে কোনো কাম-কাজ নাথাকে
ഉദാഹരണം :
দিনে দিনে নিবনুৱাৰ সংখ্যা বাঢ়িবলৈ ধৰিছে
പര്യായപദങ്ങൾ : সংস্থাপনহীন
അർത്ഥം : জীৱিকাৰ কাৰণে মানুহৰ ওচৰত একো কাম নথকা অৱস্থা
ഉദാഹരണം :
দিনে দিনে নিবনুৱাৰ সমস্যা বাঢ়ি গৈ আছে
പര്യായപദങ്ങൾ : বেৰোজগাৰ
അർത്ഥം : যাৰ ওচৰত জীৱন-নি্র্বাহৰ কাৰণে কোনো কাম-বন নাই
ഉദാഹരണം :
বর্ত্্মান বহুত নিবনুৱা যুৱক আছে
പര്യായപദങ്ങൾ : জীৱিকাহীন