അർത്ഥം : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য
ഉദാഹരണം :
আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব
പര്യായപദങ്ങൾ : অস্বীকাৰ
അർത്ഥം : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
ഉദാഹരണം :
চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
പര്യായപദങ്ങൾ : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত