അർത്ഥം : জৰায়ুজ জন্তুৰ পেটৰ সোমাজত থকা ঘূৰণীয়া খোৰ বা গাঁত যʼত গর্ভাৱস্থাত জৰায়ুনলী লগ-লাগি থাকে
ഉദാഹരണം :
এই কেঁচুৱাটোৰ নাড়ী পকিছে
പര്യായപദങ്ങൾ : উদৰাবর্ত, নাই, নাড়ি, নাড়ী, নাভি, নাভিকুণ্ডল, নাভিকুণ্ডলী, নাভিকূপ, নাভিমণ্ডল, নাভিস্থল