അർത്ഥം : মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ উদ্ভিদৰ মূল
ഉദാഹരണം :
তেওঁ ্চাটনি বনাবৰ কাৰণে শাকনি বাৰীৰ পৰা নহৰু উভালিলে
പര്യായപദങ്ങൾ : ৰচুন
അർത്ഥം : মছলা হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্ভিদৰ মূল
ഉദാഹരണം :
সীতাই আঞ্জাখনৰ চোক বঢ়াবৰ কাৰণে জলকীয়া, নহৰু কাটি আছে
പര്യായപദങ്ങൾ : ৰচুন