അർത്ഥം : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
ഉദാഹരണം :
কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
പര്യായപദങ്ങൾ : অৱতৰণ
അർത്ഥം : থিয় হৈ থকা কোনো বস্তুক হাউলিবলৈ প্রবৃত্ত কৰা
ഉദാഹരണം :
ফল চিঙিবৰ কাৰণে ডালবোৰ তললৈ নমোৱা হয়
പര്യായപദങ്ങൾ : হাউলা
അർത്ഥം : ওপৰৰ পৰা তলৰ ফালে অনা
ഉദാഹരണം :
মোহনে ট্রাকৰ পৰা বস্তু নমাই আছে