അർത്ഥം : যোগৰ সপ্তম তথা সমাধিৰ পূর্ব অংগ স্বৰূপ কোনো বিষয়, বিশেষকৈ ধার্মিক বিষয় বা অলৌকিক প্রভাৱৰ একেৰাহে কিছু সময়লৈকে হোৱা গভীৰ মনন বা চিন্তন
ഉദാഹരണം :
সন্তজন ধ্যানত লীন হৈ আছে
അർത്ഥം : কোনো কথা বা কামত মন লীন হোৱা দশা বা ভাব
ഉദാഹരണം :
ৰমেশে বৰ মনোযোগেৰে পঢ়ে
പര്യായപദങ്ങൾ : মনোযোগ